Noixobdot nixar nayok copertina

Noixobdot nixar nayok

Anteprima

Attiva il tuo abbonamento Audible con un periodo di prova gratuito per ottenere questo titolo a un prezzo esclusivo per i membri

Acquista a 4,16 € e inizia la prova
Dopo 30 giorni (60 per i membri Prime), 9,99 €/mese. Puoi cancellare ogni mese
Dopo esserti registrato per un abbonamento, puoi acquistare questo e tutti gli altri audiolibri nel nostro catalogo esteso, ad un prezzo scontato del 30%
Ottieni accesso illimitato a una raccolta di oltre migliaia di audiolibri e podcast originali.
Nessun impegno. Cancella in qualsiasi momento e conserva tutti i titoli acquistati.

Noixobdot nixar nayok

Di: ৰঞ্জু হাজৰিকা
Letto da: তৰুণ গগৈ
Acquista a 4,16 € e inizia la prova

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Acquista ora a 5,95 €

Acquista ora a 5,95 €

A proposito di questo titolo

ড০ শুভজিত শ্যাম এজন প্ৰখ্যাত প্ৰত্নতত্ববিদ। তেওঁৰ গৱেষণাগাৰত বিভিন্ন সময়ৰ বিভিন্ন মূৰ্তি বিদ্যমান। কিছুদিনৰ আগতে পৰশুৰাম কুণ্ডৰ ওচৰত খননকাৰ্য চলোৱাৰ পিছত এটা সোণৰ গণেশৰ মূৰ্তি পাই তেওঁ সেইটো পৰীক্ষা নিৰীক্ষাৰ বাবে নিজৰ গৱেষণাগাৰত ৰাখিছিল। তেওঁৰ সহযোগী আছিল ড০ বৰুণ আচাৰ্য। অন্যদিনৰ দৰে সেইদিনাও নিশা এক/ডেৰ বজামানলৈকে ড০ শ্যাম নিজৰ সংগ্ৰহালয়ত আছিল। ড০ বৰুণ গুচি গৈছিল ঘৰলৈ। কিন্তু সেই নিশাই কোনো দুৰ্বৃত্তই ড০ শ্যামক হত্যা কৰি গণেশৰ মূৰ্তিটো লৈ উধাও হয়। হত্যাকাৰীৰ সন্ধানত আৰক্ষী বাহিনী নামি পৰে যদিও ড০ শ্যামৰ দুহিতা সুনন্দাই এই কামৰ দায়িত্ব দিয়ে প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰক। তাৰ পিছতে সহযোগী ড০ অমলকৃষ্ণ হাজৰিকা আৰু চৰকাৰী ডিটেকটিভ দেৱজিৎ ফুকনৰ সৈতে তেওঁ আৰম্ভ কৰে অনুসন্ধান। অনুসন্ধান চলি থকাৰ মাজতে পবিত্ৰ লহকৰৰ হাতত পৰে মুৰ্মূষ অৱস্থাত ড০ শ্যামৰ হত্যাকাৰী দীনেশ। পিছে কোনে হত্যা কৰিবলৈ বিচাৰিছিল দীনেশক? চেতনা অহাৰ পিছত দীনেশে কোনোবা কুমাৰ চাহাবৰ কথা কৈছিল। লৈছিল দিলীপ আৰু নৃপেনৰ নাম। কিন্তু কোন এওঁলোক? কি কাৰণত হত্যা কৰা হ'ল ড০ শ্যামক? এক বিৰাট আন্তঃৰাষ্ট্ৰীয় মূৰ্তি সৰবৰাহ চক্ৰৰ পম খেদি এক ৰহস্য কথন। এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "নৈঃশব্দ্যত নিশাৰ নায়ক"।©2022 Storyside IN (P)2022 Storyside IN
Ancora nessuna recensione