Mur Hridoy Ekhon Juddhakhetra copertina

Mur Hridoy Ekhon Juddhakhetra

Anteprima

Attiva il tuo abbonamento Audible con un periodo di prova gratuito per ottenere questo titolo a un prezzo esclusivo per i membri

Acquista a 11,86 € e inizia la prova
Dopo 30 giorni (60 per i membri Prime), 9,99 €/mese. Puoi cancellare ogni mese
Dopo esserti registrato per un abbonamento, puoi acquistare questo e tutti gli altri audiolibri nel nostro catalogo esteso, ad un prezzo scontato del 30%
Ottieni accesso illimitato a una raccolta di oltre migliaia di audiolibri e podcast originali.
Nessun impegno. Cancella in qualsiasi momento e conserva tutti i titoli acquistati.

Mur Hridoy Ekhon Juddhakhetra

Di: হোমেন বৰগোহাঞি
Letto da: দেবাংগ পল্লৱ শইকীয়া
Acquista a 11,86 € e inizia la prova

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Acquista ora a 16,95 €

Acquista ora a 16,95 €

A proposito di questo titolo

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনিৰ এখনি অন্যতম গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ" । গ্ৰন্থখনত সন্নিৱিষ্ট বৰগোহাঞিদেৱৰ জীৱনৰ ভিন্ন ঘটনা-পৰিঘটনাই আপোনাৰ জীৱনটোকো ফঁহিয়াই চোৱাৰ অৱকাশ দিব। কি আছে এই গ্ৰন্থখনৰ ভিতৰছোৱাত? জীৱনৰ সত্তৰ বছৰীয়া জন্মদিনটো কিয় তেওঁৰ বাবে বিশেষ আছিল? কেনে ধৰণৰ আছিল তেওঁৰ মনোজগতখন? যৌৱনৰ আৰম্ভণিৰে পৰা আত্মহত্যাৰ চিন্তাই তেওঁক লগ এৰা নাছিল। কিন্তু কিয়? আত্মহত্যাৰ প্ৰৱণতা আছিল নেকি তেওঁৰ? এই প্ৰৱণতাৰ বাবেই লিখি পেলাইছিল নেকি 'এপিটাফ' নামৰ গল্পটো? প্ৰেম আহিছিলনে তেওঁৰ জীৱনলৈ? 'সাউদৰ পুতেকে নাওঁ মেলি যায়' গ্ৰন্থত উল্লেখিত ৰেণুৰ প্ৰতি কেনেধৰণৰ মনোভাৱ আছিল তেওঁৰ। প্ৰেম নে আকৰ্ষণ? তেওঁ বাৰে বাৰে উল্লেখ কৰা নৰকবাস প্ৰকৃততে কি আছিল? কিয় জীৱনৰ এছোৱা সময়ক তেওঁ নৰকৰ লগত তুলনা কৰিলে? নিশা বেশ্যাৰ গলিলৈ কি কাৰণে তেওঁ যাবলগীয়া হৈছিল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ"।©2021 Storyside IN (P)2021 Storyside IN Storia e critica della letteratura
Ancora nessuna recensione