Jiya Jurir Ghat copertina

Jiya Jurir Ghat

Anteprima
Acquista a 6,78 € e iscriviti ora Acquista a 5,79 € e inizia la prova
L'offerta termina il 28 dicembre 2026.
Dopo 30 giorni (60 per i membri Prime), 9,99 €/mese. Puoi cancellare ogni mese
Risparmia più del 90% nei primi 3 mesi.
Ascolta quanto vuoi, scegliendo tra migliaia di audiolibri e serie originali inclusi.
Scarica il tuo audiolibro e ascolta offline, senza interruzioni
Rinnovo automatico a 9,99 €/mese dopo 3 mesi. Disdici mensilmente. L'offerta termina il 28 dicembre 2026.
Dopo esserti registrato per un abbonamento, puoi acquistare questo e tutti gli altri audiolibri nel nostro catalogo esteso, ad un prezzo scontato del 30%
Ottieni accesso illimitato a una raccolta di oltre migliaia di audiolibri e podcast originali.
Nessun impegno. Cancella in qualsiasi momento e conserva tutti i titoli acquistati.

Jiya Jurir Ghat

Di: চৈয়দ আব্দুল মালিক
Letto da: Aichenga Baruah
Acquista a 5,79 € e inizia la prova Acquista a 5,79 € e inizia la prova

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Acquista ora a 8,35 €

Acquista ora a 8,35 €

Offerte di stagione | 0,99 €/mese per i primi 3 mesi

A seguire 9,99 €/mese – si applicano condizioni. Puoi disdire mensilmente.
অসমীয়া সাহিত্যৰ এটি বৰণীয় নাম ছৈয়দ আব্দুল মালিক। সাৰ্থক জীৱন শিল্পী তেওঁ। প্ৰকৃতি আৰু জীৱনে যেন তেওঁৰ ওচৰত নিজেই উদং হৈ ধৰা দিয়েহি! 'জীয়া-জুৰিৰ ঘাট' মালিকদেৱৰ অন্যতম জনপ্ৰিয় উপন্যাস। মালিকদেৱৰ গল্প, উপন্যাসবোৰত সততেই দেখা যায় গাঁৱলীয়া আপোনভোলা মানুহ। জীয়া-জুৰিৰ ঘাটতো জেহিৰ আৰু কণমাই- তেনে দুটি চৰিত্ৰ । কণমাইৰ সকলোকে আপোন কৰি ল'ব পৰা স্বভাৱটোৰ বাবেই তাই সকলোৰে প্ৰিয়। কণমাইৰ উপস্থিতিত দেওৰেক চালেহে কোনোদিনেই মাকৰ অভাৱ অনুভৱ কৰা নাছিল। চালেহে বাৰে বাৰে আত্মসংস্থাপনৰ বাবে কৰা জীৱন যুঁজখনত তাই পাৰেমানে সহযোগিতা আগবঢ়াইছিল। ইয়াৰ অন্য এটি নাৰী চৰিত্ৰ 'চম্পা' এজনী দেহোপজীৱিনী। এই বৃত্তিৰ অনাথিনী চম্পাই ক্ষুধা নিবাৰণৰ বাবে দেহ বিক্ৰী কৰিবলৈ গৈ 'চিফিলিচ'ত আক্ৰান্ত হ'ব লগা হৈছিল। ডাক্তৰক চিকিত্সা কৰাবলৈ তাইৰ দেহা বিক্ৰীৰ টকাৰে নোজোৰে। চম্পাই জানে যে তাই এজনী ঘৃণনীয়া নাৰী। কিন্তু, পেটৰ ক্ষুধাতকৈ চৰিত্ৰ ডাঙৰ নহয়। চম্পাৰ জীৱনৰ কাৰুণ্য বৰ্ণনাৰ জৰিয়তে লেখকে সমাজৰ এই অসহায় নাৰীচামৰ বেদনাৰ ছৱিখন দাঙি ধৰিছে। উপন্যাসখনিৰ মূল চৰিত্ৰ চালেহ যেতিয়া এই চম্পাৰ নৈশঅতিথি হৈ পৰিছিল, চালেহৰ গাতো সেই একেই চিফিলিচ ৰোগে থিতাপি লৈছিল...অথচ সমুখত চালেহৰ বিয়া! তেনে অৱস্থাত চালেহে বাৰু নিজৰ বিয়াখনিলৈ সন্মতি দি চাৰাক নিজৰ পত্নীৰূপে গ্ৰহণ কৰিলেগৈনে? ভোলা যে চম্পাৰেই ভায়েক, সেই সত্যটো জনাৰ পিছত চালেহৰ মনৰ অৱস্থা বাৰু কি হ'ল? চাকৰি এটা সি নিজৰ বাবে, ঘৰখনৰ বাবে যোগাৰ কৰিব পাৰিলেগৈনে...? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে আপোনালোকে শুনিব লাগিব ষ্টৰীটেলত উপলব্ধ মালিকদেৱৰ এই সুন্দৰ উপন্যাসখনি। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ। Letteratura mondiale Narrativa di genere Vita familiare
adbl_web_anon_alc_button_suppression_t1
Ancora nessuna recensione