Arnab, Aastha Aru JEC copertina

Arnab, Aastha Aru JEC

Anteprima
Acquista a 7,78 € e iscriviti ora Acquista a 6,79 € e inizia la prova
L'offerta termina il 28 dicembre 2026.
Dopo 30 giorni (60 per i membri Prime), 9,99 €/mese. Puoi cancellare ogni mese
Risparmia più del 90% nei primi 3 mesi.
Ascolta quanto vuoi, scegliendo tra migliaia di audiolibri e serie originali inclusi.
Scarica il tuo audiolibro e ascolta offline, senza interruzioni
Rinnovo automatico a 9,99 €/mese dopo 3 mesi. Disdici mensilmente. L'offerta termina il 28 dicembre 2026.
Dopo esserti registrato per un abbonamento, puoi acquistare questo e tutti gli altri audiolibri nel nostro catalogo esteso, ad un prezzo scontato del 30%
Ottieni accesso illimitato a una raccolta di oltre migliaia di audiolibri e podcast originali.
Nessun impegno. Cancella in qualsiasi momento e conserva tutti i titoli acquistati.

Arnab, Aastha Aru JEC

Di: Indranee Sharma
Letto da: Sarmistha Chakravorty
Acquista a 6,79 € e inizia la prova Acquista a 6,79 € e inizia la prova

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Acquista ora a 9,82 €

Acquista ora a 9,82 €

Offerte di stagione | 0,99 €/mese per i primi 3 mesi

A seguire 9,99 €/mese – si applicano condizioni. Puoi disdire mensilmente.
''ভিজা চুলিত মোৰ উশাহ সামৰি আৰু ওচৰলৈ নাহিবা মিছ্ আস্থা... আকৌ এবাৰ ৰঙা কৰি দিম তোমাৰ টোল পৰা দুগালৰ ৰং.. চুই চাম তোমাৰ 'পোৱালি' 'পোৱালি' আঙুলিৰ ভাঁজ... এই যে তোমাক সামৰি লম বুকুৰ মাজত, কোনেও আঁতৰাই নিব নোৱাৰে আনকি তুমি নিজেও..'' প্ৰথম প্ৰেমৰ মিঠা মিঠা ৰাগীত মাতাল দুটি আলসুৱা মন। এই প্ৰেম সাধাৰণ, সহজ, সৰল আৰু আপোন। শেৱালি ফুলৰ সুগন্ধি লাগিছে আস্থাৰ গালত, অৰ্ণৱৰ হাতত, জেইচিৰ বতাহত। কঁপি থকা বুকুৰ ধপধপনি দুয়োৰে বাবেই নতুন, প্ৰথম, ভাললগা। ভালপোৱাৰ এজাক বৰষুণৰ নাম 'অৰ্ণৱ আস্থা আৰু JEC'। ফেচবুক পেজ 'অৰ্ধ আকাশ'ত আত্মপ্ৰকাশ কৰি চছিয়েল মিডিয়াত তোলপাৰ লগোৱা আৰু পিছলৈ কিতাপ আকাৰে ছপা হোৱা জনপ্ৰিয় উপন্যাস 'অৰ্ণব, আস্থা আৰু JEC' এইবাৰ আপোনালোকৰ কাষলৈ আহিছে শ্ৰাব্য ৰূপত। কলেজীয়া জীৱনৰ বন্ধুত্ব আৰু প্ৰেমৰ মাদকতাই সুকীয়া। তাতে যেতিয়া বিপৰীত স্বভাৱৰ দুজন মানুহ প্ৰেমত পৰে, সময় হৈ পৰে অভিমান আৰু আদৰৰ এক অদ্ভুত মিশ্ৰণ। অৰ্ণব আৰু আস্থাৰ কাহিনীটোও কিছু তেনেকুৱাই। শান্ত, অন্তৰ্মুখী আস্থাই সামৰি লব পাৰিব নে অৰ্ণবৰ উগ্ৰ, বেপৰুৱা প্ৰেমক? অৰ্ণবৰ জীৱনৰ এটা গোপন সত্য আছে। আস্থাই পাৰিব নে অৰ্ণবক সেই সত্যৰ সৈতে মুখামুখি কৰাই দিব? সহজ সৰল প্ৰেমৰ ধুনীয়া কাহিনী 'অৰ্ণব, আস্থা আৰু JEC' ইন্দ্ৰাণী শৰ্মাৰ প্ৰথম উপন্যাস। Contemporaneo Letteratura e fiction
adbl_web_anon_alc_button_suppression_t1
Ancora nessuna recensione