Aghari Aatmar Kahini copertina

Aghari Aatmar Kahini

Anteprima

Attiva il tuo abbonamento Audible con un periodo di prova gratuito per ottenere questo titolo a un prezzo esclusivo per i membri

Acquista a 7,66 € e inizia la prova
Dopo 30 giorni (60 per i membri Prime), 9,99 €/mese. Puoi cancellare ogni mese
Dopo esserti registrato per un abbonamento, puoi acquistare questo e tutti gli altri audiolibri nel nostro catalogo esteso, ad un prezzo scontato del 30%
Ottieni accesso illimitato a una raccolta di oltre migliaia di audiolibri e podcast originali.
Nessun impegno. Cancella in qualsiasi momento e conserva tutti i titoli acquistati.

Aghari Aatmar Kahini

Di: চৈয়দ আব্দুল মালিক
Letto da: আইচেংফা বৰুৱা
Acquista a 7,66 € e inizia la prova

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Acquista ora a 10,95 €

Acquista ora a 10,95 €

A proposito di questo titolo

ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই "মালিক"! তেখেত স্বপ্নদ্ৰষ্টা। "অঘৰী আত্মাৰ কাহিনী" শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই বিচাৰি ফুৰিছে মনৰ আশ্ৰয়কণ, মানসিক শান্তিকণ। একো একোটা মুখা পিন্ধি যেন চৰিত্ৰবোৰে মাথো জীৱনৰ কৰ্তব্য বোৰহে পালন কৰি গৈ আছে। ব্যক্তিগত ইচ্ছা-অনিচ্ছা, আশা-প্ৰত্যাশাবোৰ সমীৰণ, অপৰা, শশাংকহঁতে যেন বহু আগতেই জলাঞ্জলি দিলে। তেওঁলোকৰ আত্মাবোৰ অতৃপ্ত। অঘৰী! "অঘৰী আত্মাৰ কাহিনী"ত ছাঁয়াই নাজানে তাইৰ পিতৃ কোন, মাতৃ কোন। পৰিচয়হীনতাই তাইৰ পৰিচয়! এই গ্লানিৰ ভাৰ সহিব নোৱাৰি তাই স্বেচ্ছাৰেই আঁতৰি গ'ল পৃথিৱীৰ পৰা- তাই আত্মহত্যা কৰিলে। উপন্যাসখনিৰ প্ৰতিটো চৰিত্রই যেন এটি এটি অঘৰী আত্মা।©2021 Storyside IN (P)2021 Storyside IN Narrativa di genere Narrativa letteraria
Ancora nessuna recensione