Aaborir Akash Aru Prithibi copertina

Aaborir Akash Aru Prithibi

Anteprima

Attiva il tuo abbonamento Audible con un periodo di prova gratuito per ottenere questo titolo a un prezzo esclusivo per i membri

Acquista a 6,99 € e inizia la prova
Dopo 30 giorni (60 per i membri Prime), 9,99 €/mese. Puoi cancellare ogni mese
Dopo esserti registrato per un abbonamento, puoi acquistare questo e tutti gli altri audiolibri nel nostro catalogo esteso, ad un prezzo scontato del 30%
Ottieni accesso illimitato a una raccolta di oltre migliaia di audiolibri e podcast originali.
Nessun impegno. Cancella in qualsiasi momento e conserva tutti i titoli acquistati.

Aaborir Akash Aru Prithibi

Di: মনালিছা শইকীয়া
Letto da: Sarmistha Chakravorty
Acquista a 6,99 € e inizia la prova

Dopo 30 giorni, 9,99 €/mese. Cancella quando vuoi.

Acquista ora a 9,99 €

Acquista ora a 9,99 €

জীৱনক বুজিব লাগিব। জীৱনৰ মুখামুখি হ'ব পাৰিব লাগিব। মাটিত ভৰি ৰাখিবলৈও তাইক সাহসৰ দৰকাৰ। সেই সাহস আৰু শক্তি তাই আহৰণ কৰিব বুদ্ধৰ পৰা। এইখিনি কথা তাইক সুন্দৰ চমুৱাই কৈছিল। তাই' 'আবৰি' । নিজকে খোলাৰ ভিতৰত সামৰি আনৰ সুখৰ বাবে সৰ্বস্ব বিলাই দিয়া এজনী ছোৱালী। পৃথিৱীৰ জটিলতাৰ তুলনাত তাইৰ ভগ্ন হৃদয়ৰ বিননি যেন মাথোঁ বিলাসিতা। প্ৰেমে মানুহক ধ্বংস নকৰে। সকলোকে ভালপোৱা আবৰি নামৰ ছোৱালীজনীয়ে ডাঙৰ হৈ অহাৰ লগে লগে বুজি উঠে বহু কথা। কিন্তু কি হ'ল আবৰিৰ? আবৰিয়ে পাৰিলে নে বুদ্ধ ৰ পৰা সাহস আৰু শক্তি আহৰণ কৰিব? মানসিক ভাৰসাম্যতা হেৰুৱাই পেলোৱা তাইৰ মৰমৰ সীমা বায়েকৰ কি হ'ল? আৰু বকুল খুৰা! তাইৰ কৈশোৰৰ বন্ধু, তাইৰ কৈশোৰৰ প্ৰেম পৰিমল ৰ কাহিনীয়ে বা কোনফালে গতি ল'লে? আৰু তাইৰ প্ৰিয় কবি, তেওঁৰ সৈতে আবৰিৰ সম্পৰ্ক কি আছিল? আহক শুনোঁ জনপ্ৰিয় কাহিনীকাৰ মনালিছা শইকীয়াৰ প্ৰেম আৰু জীৱনবোধেৰে পৰিপূৰ্ণ উপন্যাস 'আবৰিৰ আকাশ আৰু পৃথিৱী', শৰ্মিষ্টা চক্ৰৱৰ্তীৰ কণ্ঠত।©2021 Storyside IN (P)2021 Storyside IN Narrativa di genere Narrativa letteraria
adbl_web_anon_alc_button_suppression_t1
Ancora nessuna recensione